উৰালউৰাৰ

উৰাল মাৰি (Assamese) [ Roman: u.ral ma.ri]
Contributed by: Priyankoo (প্ৰিয়ংকু) on 2007-12-05
1. (Material Noun-Neuter) A stick made of wood or iron, that is used to transfer pressure from users' arms to the materials to be pulverized in a mortar কাঠ বা লোৰে নিৰ্মিত মাৰি, যাৰ সহায়ত গোটা বস্তু পটা বা উৰালত খুন্দি গুড়ি কৰা হয়।